Mor Desh – An amazing Assamese poem on country| unique

An amazing Assamese poem

Sharing is caring!

               মোৰ দেশ 

এখনি অচিনাকি পৃথিবীৰ মাজত

এখনি ধুনীয়া চিনাকি দেশ, 

এইখনে চিৰ চেনেহী মোৰ দেশ

নানা বিদ্ৰোহে জুৰুলা কৰা

মোৰ দেশ। 

নানা জাতি – উপজাতিৰে ভৰপূৰ

মোৰ দেশ। 

ৰীতি – নীতি, কৃষ্টি – সংস্কৃতিৰে ভৰপূৰ

মোৰ দেশ, 

এইখনেই মোৰ দেশ। 

অতীতক স্মৃতি আদৰ্শ হিচাপে লৈ

বৰ্তমানত জয়ৰ লক্ষ্যৰে

খোজ কাঢ়ি যোৱা। 

সেই দেশখনেই মোৰ দেশ, 

অতীকে আপোন মোৰ দেশ।। 

সমাপ্ত ।

✍️✍️✍️ Manash

Best Assamese new song on country:

Reccomended book

নীল নক্ষত্ৰৰ সুৰ (Nil Nakshatrar Sur) – Assamese Novel

Related Post: 5 Amazing Assamese poems

Related Post: Romantic Assamese poems

Related post: নিৰিবিলি

~~~~~~~~~~~~~~~~~~~~~~~~~

The poem as named মোৰ দেশ ( mor desh) is an amazing Assamese poem Written by Manash Haloi, He is an amazing poem writer(poet), if you love the poem then comment on us, and if not then say what should we improve.

ধন্যবাদ আপোনাক, ইমান সময় আমাৰ পেজত দিয়াৰ বাবে, ওপৰৰ কবিতাবোৰ যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰি আমাক জনাবলৈ নাপাহৰিবো।

বিঃদ্রিঃ কবিৰ নাম আৰু ৱেবচাইটৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

আপোনালোকৰ কোনোবাই এনেধৰণৰ পোস্ট ইয়াত আপলোড কৰিব বিচাৰিলে Instagram ত Message কৰিব পাৰিব। 

Thank you

with love

Oc💚

Sharing is caring!

Leave a Comment

Scroll to Top