Romantic poems in Assamese/ ৰোমান্তিক প্ৰেমৰ কবিতা||Unique
নমস্কাৰ ,আপোনালোকে ৰোমান্তিক প্ৰেমৰ কবিতা বা ভালপোৱাৰ কবিতা বিচাৰিছে যদি আপুনি ঠিক পোস্টত আহিছে । আজি আমি ৪টা প্রেমৰ কবিতা লিখি আগবঢ়ালো, প্রেমৰ কবিতাবোৰ আপোনালোকৰ ভাল লাগিব।new Assamese Romantic poems, ৰোমান্তিক প্ৰেমৰ কবিতা
In this blog post, we will explore some New Assamese love Poems. Our todays poems- মোৰ সংগী, কবিতা, তোমাক কোৱাই নহ’ল, পদপথ about love, relationship,friendship.


Read: Assam Milk Tea: its benefits, how make, why my favorite….
1. Here the first poem- Poet: Manash Haloi
মোৰ সংগী- a new Assamese Romantic poems

তুমি মোৰ সংগী হবানে?
মই নাজানো তুমি মোৰ সংগী
সচাঁকৈ হবানে নোহোৱা
মই ভাবো তুমি মোৰ সংগী
তোমাৰ ভাল লগা কথাবোৰ ও
আছিল মোৰ সংগী
ক’লা অন্ধকাৰৰ মাজত উৰি ফুৰা
জোনাকী পৰুৱাবোৰো আছিল মোৰ সংগী;
সৌ আকাশত মিচিকিয়াই হাঁহি থকা
তৰাবোৰো আছিল মোৰ সংগী ,
মই নাজানিছিলোঁ পৃথিৱীৰ
কোনো মোৰ সংগী নাছিল।
তোমাৰ ভাল লগা গানবোৰ
মোৰ সংগী আছিল ।
তোমাৰ হাঁহিও মোৰ
সংগী আছিল
কিন্তু মই নাজানিছিলোঁ
তোমাৰ সেই মনতো, মোৰ সংগী
আছিল নে নাছিল ।
_______________
2.Here’s the second poem , poet Manash Haloi-
কবিতা- An Assamese poem

কবিয়ে কবিতা লিখে
উকা কাগজত,
মই কবিতা লিখিছিলো
তোমাৰ হ্নদয়ত।
তোমাৰ হ্নদয়ত মৰমৰে
লিখিছিলো মই প্ৰথম কবিতা
আৰু লিখিছিলো অন্তহীন………
আজিও লিখিব বিচাৰোঁ
তোমাৰ হ্নদয়ত প্ৰেমৰ কবিতা
লিখিব দিবানে বাৰু
মোৰ সেই কবিতা
লিখিছিলো মই তোমাৰ নামেৰেই
জীৱনৰ শেষ কবিতা
লিখিছিলো মই কলিজাৰ চুকত
মাথো তোমাৰ নাম
নিজতকৈও ভাল পাইছিলো তোমাক
আৰু পাবলৈ চেষ্টা কৰিছিলো
যি সময়ত লিখিছিলো
তোমাৰ হ্নদয়ত কবিতা কেঁচা তেজেৰে
অতি মৰমৰে
আৰু আজি লিখিছোঁ কবিতা
উকা কাগজত মাথো চকুলোৰে ।
________________
Read our amother post-
3. Here’s the 3rd poem, poet : Karan Kalita
পদপথ- Assamese poem

দিনৰ পাছত বছৰ বাগৰে
শুস্ক পদপথৰ নীৰস পাত গছক
জীৱনৰ প্ৰথিক শ্ৰান্তিত শুৱে ……
শ্ৰান্তিৰ ক্লান্তি দূৰ কৰিবলৈয়ে যেন বন্ধুত্বৰ সৃষ্টি !
নীল অৰ্ণৱন প্ৰশান্তিৰ উৰ্মিমালা
হৈ অন্তৰৰ কোনত থাকি
যায় কোনোবা এজন বিশেষ !!
ৰৈ যায়…….
অন্ধকাৰ কুহেলিকাক দীপ্ত কৰা
জোনাকী পৰুৱা….
প্ৰখৰ ৰ’দত দিয়া এমুঠি সুখৰ
ছাঁ……….
বন্ধুত্ব গঢ়িবলে সময় নালাগে,
লাগে স্বচ্ছ হ্নদয়ৰ মুক্ত বাক্য ……
বিভুতিৰ চিকমিকনিতকৈও
মূল্যৱান কিছুমান সম্বন্ধ
গোমোঠা মুখত হাঁহিব খলক’নি
তোলা সেই বিশেষজনলৈ
বুলি এমুঠি চেনেহ ……..
বন্ধুত্বৰ এনাজৰীৰে বন্ধা
শীতল, সুমধুৰ আৰু স্বতঃস্ফূৰ্ত
মৎস্য অক্ষিৰ নিচিনা
কোমল হ্নদয়
অমূল্য বন্ধু লৈ বুলি…
________________
Read: Assam Milk tea : benefits, how make, why my favorite, etc…
4. Here’s the 4th poem, poet- Manash Haloi
তোমাক কোৱাই নহ’ল- Assamese poem

তোমাক কোৱাই নহ’ল মনৰ কথা,
কোৱাই নহ’ল সেই অতীতৰ কথা ,
তোমাক কোৱাই নহ’ল এই পৃথিৱীৰ কথা,
তোমাক কোৱাই নহ’ল বহু কথা ।
তুমি গুছি গ’লা বহু দূৰলৈ..
কিন্তু মই যাব নোৱাৰিলো
তুমি আনন্দৰে গুছি গ’লা
সজাৰ পৰা মুকলি হোৱা চৰাই টোৰ দৰে
আৰু মই ৰৈ থাকিলেও
এখন ধুমুহাই ভাঙি পেলোৱা হ্নদয়লৈ
ভাবিছিলোঁ তুমি আকৌ আহিবা
আৰু মোৰ মনৰ কথাবোৰ শুনিবা
কিন্তু তুমি উভতি নাহিলা
আৰু সেই কথাবোৰ কথা হৈয়ে ৰ’ল
আৰু মই পথহাৰা পক্ষীটোৰ দৰে
তোমাক বিচাৰি থাকিলোঁ ।
_______________
recommedend post-
How click night star picture with android mobile
আমি লিখা আন কবিতাবোৰ 👇
বন্ধুসকল, আজি আপোনালোকলৈ ওপৰৰ ৪টা অসমীয়া ৰোমান্টিক কবিতা আগবঢ়োৱা হ’ল। কবিতাবোৰ কেনেকুৱা হ’ল জনাবলৈ নাপাহৰিব আৰু আমি কি ধৰণে আমাৰ লিখনি সমূহ আৰু উন্নত কৰিব পাৰো সেই বিষয়ে জনাব বুলি আশা ৰাখিলোঁ।
আজিৰ কবিতাবোৰৰ ভিতৰত ৩টা কবিতা আগবঢ়াইছে মানস হালৈয়ে আৰু ১টা কবিতা (পদপথ) আগবঢ়াইছে কৰণ কলিতাই।এই পোস্টটো লিখিছে R.A.| তোমালোক তিনিওজনলৈ অশেষ ধন্যবাদ।
আপোনালোককো ধন্যবাদ , ইমান সময় আমাৰ ৱেবচাইটত সময় দিয়া বাবে, আশা কৰোঁ এনেকৈ সদায় আগুৱাই যোৱাত সহায় কৰিব।
বিদ্ৰঃ আমাৰ ৱেবচাইটৰ পৰা কোনো লিখনি নকল নকৰিব , কৰোৱাত ব্যৱহাৰ কৰিলেও লেখকৰ নামৰ সৈতে ৱেবচাইটৰ নাম উল্লেখ কৰিব।।
For Share your poems with us, send here-
Gmail- hi@ocibuloc.com
These all are from our side, now your turn, please leave your valuable comment here & your opinion on our all poems. Thank you
Discover more from Unique Things by Oc
Subscribe to get the latest posts sent to your email.




Clean design and zero clutter makes it really easy to focus on what matters. Payouts are reliable and I never had to chase support for a simple request. Highly recommend for casual gamers. bdl444
I have been searching for a trustworthy casino site and finally found it. The customer support team is always ready to help and the bonus structures are very fair. My friends and I enjoy spending our free time here. ace777gem
Getting into the action here takes just a few seconds and I appreciate that security never gets skipped. The dashboards update in real time so I always know where I stand. It is exactly the smooth ride I was looking for. 339betlogin
Cricket fans and sports lovers will absolutely adore this platform. The live streaming quality is superb and placing bets is so straightforward. I also appreciate the loyalty rewards that keep rolling in for regular players. Start your journey at bdkrikya88 and see why everyone is talking about it
This platform completely surprised me with how player focused it really is. I appreciate the straightforward terms and the way they celebrate my small wins like they are huge achievements. Logging in daily just gives me that warm feeling of knowing I am in safe hands. Explore bd77p777 and see why regulars keep coming back for more. bd77p777
Finally found a site that actually pays out on time, love the laid back vibe and the quick withdrawals make my weekends so much better. Definitely my new regular spot. auozwinau
Bombing fishing, huh? That sounds like some seriously explosive fun! I gotta give it a try. Wish me luck! Dive in with bombing fishing!
Alright, gotta say the nohu90app is surprisingly addictive. Downloaded it last week and already logged a few hours. Graphics are decent and payouts seem fair. Give it a shot if you’re bored! nohu90app
U888U888COOL on .com, huh? Had some fun times there. Fair play and a smooth interface. Worth a peek. u888u888cool
Heard about 666jl from a buddy. Gave it a spin, and it’s actually pretty decent. Fast loading times, and the overall vibe is chill. Give it a go, maybe you’ll dig it too.
আটাইকেইটা কবিতায়েই খুব ভাল হৈছে।
❤️❤️
Keep Going
🧡🔥
Thank you brother, Kiba update koribo lagile jonaba, eyat dekhi val lagi gol🤍🤍💚, thank you bhai
Too much love to your blogs ❣️
💚💚