নিৰিবিলি-a new Assamese poem on Friendship
If you are searching for Assamese new poem then welcome, this is an unique poem for you, And sure you love it.
নমস্কাৰ, আজি আপোনালোকৰ ওচৰলৈ মোৰ বন্ধু কাৰানে লিখা এটি সুন্দৰ অসমীয়া কবিতা আগবঢ়োৱা হ’ল, আশা কৰো আপোনালোকে কবিতাটো ভাল পাব। কবিতাৰ শিৰোনামা -নিৰিবিলি।
নিৰিবিলি
poet- Karan Kalita
আৰম্ভ হ’লেতো শেষ নিশ্চয়কৈ হয়,
শেষৰ পৰা হোৱা আৰম্ভণিহে অসমাপ্ত
স্মৃতিৰ মণিকোঠাত থকা শুষ্ক পাতবোৰে
পুনৰ মৰমৰাব; হাঁহিত জীপাল হ’ব সকলো।
TU ৰ amenity ত পুনৰ আড্ডা বহিব,
সোনোৱালী ৰ’দে সৰি পৰা সোণাৰুক
চুমা যাচিব…
সৰি থকা কাঞ্চন ফুলবোৰ পুনৰ কোনোবাই বুটলিব,
হয়তো চন্দ্রা বাই, হয়তো সন্ধাই !!
কোনো এটি আবেলিত অভিমন্যুই সন্ধ্যাৰ পৰা
আইছ ক্ৰীমটো লৈ পুনৰ দৌৰিব !
বিদিশা বা, বীণা বা আৰু পখীৰ উৎপাতত
উথলি পৰিব সোৱণশিৰি।
ময়ূৰে পুলৰ পাৰত বাই কল্পিত প্রেয়সী
ৰাধাৰ উৰুত মূৰ থৈ শুব।
অনুৰণৰ লাজকুৰীয়া মুখত সন্ধাই
পুনৰ ছটিয়ার হেঙুলী আবিৰ।
নিৰিবিলি জানো নিৰিবিলি ?
নহয়, নিৰিবিলি শত সহস্র বন্ধুত্ব আৰু প্ৰেমৰ
বান্ধোনেৰে বন্ধা কোলাহলৰ কাহিনী 💚
💚💚
Reccomended book



ধন্যবাদ আপোনাক, ইমান সময় আমাৰ পেজত সময় দিয়াৰ বাবে,। ওপৰৰ লিখা কবিতাটো যদি আপোনানালোকৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
Recommended Post –


The poem as name Niribili is an amazing Assamese poem Written by Karan kalita(my friend), He is an amazing poem writer(poet), if you love the poem then comment us, and if not then say what should we improve.
বিদ্ৰঃ : কবিৰ নাম আৰু ৱেবচাইটৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।
আপোনালোকৰ কোনোবাই এনেধৰণৰ পোস্ট ইয়াত আপলোড কৰিব বিচাৰিলে mail korok
with love
Discover more from Unique Things by Oc
Subscribe to get the latest posts sent to your email.




Anh em nào đam mê đá gà thì chắc biết sv388agent rồi nhỉ. Chỗ này uy tín đó, chơi lâu rồi chưa thấy phốt gì cả. Check them out: sv388agent
Signed up for bonos777club because of the perks. I have to say its worth a peek. You’ll find awesome content: bonos777club
Sv66apps download complete! Easy peasy lemon squeezy. This app is smooth as butter. The experience is great and there are a lot of options! Try it out –> sv66apps
Amazing poem
Thank You so much for reading, Have a nice day 💕
Thnku so much oc for adding this to your blog
কৰণ বৰ সুন্দৰকৈ লিখিছা কবিতাটি। তেনেই সুন্দৰ উপন্যাস আৰু তাৰ ওপৰতেই কবিতা ❣️
💚💚 Thank you, Have a nice day