আজি সেই সকললৈ প্ৰণাম -Teacher Day Poem 2024 – An Assamese Poem to tribute Teachers|| Assamese poem on Teacher || Manash Haloi ||
নমস্কাৰ,
আজি ৫ ছেপ্টেম্বৰ, শিক্ষক দিৱস উপলক্ষে আপোনালোকৰ ওচৰলৈ এটি সুন্দৰ শিক্ষকৰ ওপৰত লিখাTeachers Day Poem 2024 কবিতা আগবঢ়োৱা হ’ল, মোৰ ভাল লাগিছে পঢ়ি, আশা কৰো আপোনালোকেও ভাল পাব। কবিতাৰ শিৰোনামা আজি সেই সকললৈ প্ৰণাম ।
আজি সেই সকললৈ প্ৰণাম – Teachers Day Poem 2024
– ✍️✍️ Manash Haloi
আজি সেই সকললৈ প্ৰণাম
যি সকলৰ বাবে
মই আৰু বহু জনে
বৰ্তমানৰ এই পৰ্যায় পাবলৈ সক্ষম হৈছো।
সঁচাকৈ,
প্রতি প্ৰকাৰে আলসুবা আছিলো মই,
ভিজা মাটিৰ দৰেই আছিলো মই,
আকাৰেদি গঢ়িলে মোক
নিজৰ ভৰিত থিয় কৰালে
হাৰি যোৱা প্ৰতিটো পলতে
কেতিয়াও নভগা উদ্যম যোগাই দিয়া
কৰ্ম তেওঁৰ ইমান নিস্বাৰ্থৰ যেন
ভগৱানে তেওঁক মোৰ গুৰু বনাই দিয়ে
তেওঁক ধন্যবাদ কৰিবলৈ মই
আজি কোনো শব্দই বিচাৰি নাপাওঁ
মাত্ৰ বিচাৰো প্ৰতিটো পলতে
আপোনালোকৰ আশীৰ্বাদ আৰু পৰামৰ্শ
আপোনালোকৰ পৰামৰ্শ আৰু আশীৰ্বাদেৰে
মহান হবলৈ বিচাৰো মই।
যদিও কেতিয়াবা এজাক ধুমুহা বতাহে
চুই থৈ যায় মোৰ সেই মনটোক
আৰু মই সেই পথৰ পৰা বিচলিত হৈ
পথহাৰা পক্ষীটোৰ দৰে
যদিও সেই সকল মহানেই আকৌ নতুন
পথ বিচাৰি দিয়ে মোক
আজি সেই সকলোলৈ প্ৰণাম।
আহা সকলোৱে মিলি
শিক্ষক দিৱসৰ দিনা
সেই মহা আত্মাৰ চৰণত প্ৰণিপাত জনাওঁ।
আমাৰ মনৰ বেয়া ভাৱবোৰ ত্যাগ কৰি
আজি এই শিক্ষক দিৱসৰ দিনা
এই মহানসকলক প্ৰণাম কৰো বাৰম্বাৰ ।
Today (5th September), is a special day for Indians, it’s Teacher’s Day (the Birthday of India’s 2nd PM Dr Sarvapalli Radhakrishnan). On this day I am uploading a Teachers Day Poem 2024 in tribute to our respected teachers.
Written by – Manash Holoi (xi)
Edited by- Mitrajit D. (Mitra)
Popular Posts
Hello Friends, Our some top post for you
Learn more about My journey, Blogging, freelancing, travel, marketing, finance, and More About Me.
- The Road Less Travelled: My Journey from NEET Aspirant to….
- 59 Quotes for Book Lovers । World Book Day
- Assam Milk Tea: A-Z Guide with personal Story
- Famous Quotes of Great Men
- Exploring the North East India : 8 Sisters of India
- Top 5 Assamese Poem by Unique Things
- Best Picnic Places Of Assam
The poem is available in our blogger site also – Link
Thank you for reading the Teachers Day Poem 2024, Special thanks to Poet M. Haloi for writing such a poem. If you also want to publish any poem or story, then send information through the Contact Us form and please comment below about the poem, Thank you.
If you have any questions or want to collaborate, feel free to reach out. I’m always here to help you.