Top 5 assamese poems, Unique 5 new Assamese poems
The Assamese language is a beautiful canvas for deep emotions and thoughts, and it finds its exquisite expression through poetry.
In this blog post, we explore a captivating collection of amazing Assamese poems that delve into themes of friendship, love, the eternal essence of life, pain, and acceptance.
These poems are a picturesque portrayal of human emotions, crafted in the eloquent medium of Assamese poetry.
Five Assamese poem : Love, friends, Care, Sad Assamese poem-
Through the lens of these five remarkable Assamese poems, we unveil the sheer beauty and depth of the Assamese language. The poems touch upon themes of friendship, beloveds, the perpetual vitality of life, sorrows, and acceptance.
Join us in this journey to unravel the artistry of these verses that intricately depict the spectrum of human emotions.
Bandhu – An Assamese Poem on Friend
বন্ধু
প্ৰথম যিদিনা
লগ পাইছিলো তোমাক
সিদিনা সাধাৰণ সহপাঠী বুলি
ভাবিছিলো তোমাক;
প্ৰথম যিদিনা কথা পাতিছিলো
তোমাৰ স’তে
সিদিনা আমনিদায়ক
লাগিছিল তোমাক,
প্ৰথমে যদিও
ভাল নালাগিছিল তোমাক
এতিয়া জীৱনৰ
অংশ তুমি।
লাহে লাহে তোমাৰ
বন্ধুত্বৰ সাগৰত
ডুৱাই পেলাইছা মোক।
তেতিয়াৰে পৰা
বন্ধুত্বৰ ঘনিষ্ঠ
কিমান যে
বাঢ়ি গ’ল ;
তোমাৰ নামটো
হৃদয়ত যেন
অংকিত হৈ ৰ’ল।
তোমাক পাহৰি থাকিব
নোৱাৰোঁ কেতিয়াও সুখী ;
যদিও প্ৰথমতে এইবোৰ মায়া
বুজি পোৱা নাছিলো মই
যেতিয়া বুজি পোৱা হলো
সময় পাৰ হৈ গ’ল
আজি এই বিদায়ৰ দিনা
হিয়াত এচপৰা
শিল যেন হৈ ৰ’ল ।
নাই যদিও চকুত পানী,
আছে অন্তৰত মৰুভূমি
তোমাক পাহৰি পাৱ নোৱাৰো
জীৱনত কেতিয়াও সুখ ,
তোমাৰ অক্ষুন্নতাই জীৱনত
পাইছো বৰ দুখ।
তোমাৰ স্মৃতিবোৰে দিয়ে সদায়
মোক আনবিল সুখ;
তোমাৰ নিচিনা আন এজন বন্ধু
বিচাৰি পাম মই ক’ত ?
নাপাওঁ নাপাওঁ
কেতিয়াও নাপাওঁ
তোমাৰ নিচিনা বন্ধু কেতিয়াওঁ
বিচাৰি নাপাওঁ ।
Read about Assamese Culture – Assamese Cultural heritage
Read About Great Man : Mahatma Gandhi:The untold story
Mor Preoxi – An Romantic Assamese Poems
মোৰ প্ৰেয়সী
যিদিনা দেখিলো তোমাক
মোৰ প্ৰেয়সী,
সিদিনা উঠিল মনত
প্ৰেমৰ চুনামি।
তোমাৰ হাঁহিটিত যেন
বিচাৰি পাওঁ
সমস্ত ব্ৰক্ষ্মাণ্ডৰ সুখ।
তোমাৰ চকুদুটি যেন
সাগৰৰ বুকুত থকা
মুকুতা মণি।
যিমানে চাওঁ ডুবি যাওঁ
তোমাৰ মায়াৰ সাগৰ খনিত ।
বতাহত উৰি থকা
তোমাৰ সেই চুলি
লাগে যেন কোনো
সাগৰৰ পৰি ।
তোমাৰ খঙতো যে
বিচাৰি পাওঁ
মোৰ প্ৰতি থকা
মৰম খিনি,
তোমাকে ভাল পাওঁ
তোমাৰে হ’ম
তুমিয়েই মোৰ প্ৰেয়সী।
✍️✍️✍️✍️✍️✍️ Azmalur
Related Post : সুন্দৰ অসমীয়া কবিতা
Jibonor Akshunya – An Very sad Assamese poem | assamese poems
জীৱনৰ অক্ষুণ্ণতা
সূৰ্যয়তো আকাশত অকলে থাকে
তথাপি ই সকলোকে পোহৰাই ৰাখে।
চন্দ্ৰয়তো আকাশত অকলে থাকে
তথাপি ইয়াৰ সৌন্দৰ্যত মানুহ মুগ্ধ হৈ থাকে।।
মানুহ যেতিয়া অকলে থাকে
তেওঁ কিয় বেদনাসিক্ত হৈ থাকে ?
তোমাৰ বেদনা আছে অন্তৰত, তথাপি
মুখত মিছা হাঁহি,
তোমাক পাহৰি থাকিব বিচাৰো
জীৱনত অকলে সুখী ।
জ্বলিব বিচাৰো সূৰ্যৰ নিচিনা
ক’ত পাম ইমান তাপ?
উজ্বল হ’ব বিচাৰো চন্দ্ৰৰ নিচিনা
ক’ত পাম ইমান পোহৰ?
থাকিব বিচাৰো উভয়ৰে নিচিনা
হৈ অকলশৰীয়া স্বভাৱৰ।
✍️✍️✍️✍️✍️✍️ Azmalur
Related Post : 5 amazing heat touching Assamese Poems
Morom – An Amazing Assamese poEm on Love | assamese poems
মৰম
তুমি সুখী হোৱাৰ জোখাৰে
কিছু মৰম দিছিলো,
তুমি দেখোন তাতেই সন্তুষ্ট নহয় ।
কিনো কৰিম যদি সময়ে নষ্ট
কৰে আমাৰ মনবোৰ ,
কিনো কৰিম যদি আমাৰ
প্ৰেমবোৰ ভাঙি যায় কিছুমান
সৰু সৰু কথাতে ,
কিনো কৰিম তেতিয়া ?
মই দিয়া মৰমবোৰ যেতিয়া
মূল্যহীন হৈ পৰে,
ভাঙি পৰে হৃদয় ।
ক্ৰমে উশাহবোৰ কমি আহিব এদিন
অজানিতে মনত পেলাবা
এবাৰ মোক,
মোক মই বুলি জানি উঠিবা
প্রেম আকৌ উজ্জ্বলিব
তোমাৰ হৃদয়ত ;
তেতিয়া মই মোৰ হৃদয়খন
কোনোবা অচিনাকী মলয়া
এজনীৰ হাতত হয়তো বন্ধকত থম ।
এদিন নহয় এদিন
তোমাৰ কলিজা কঁপিব ;
এদিন নহয় এদিন
মৰমবোৰে কান্দিব।।
Ati Chikarukti – An Assamese sad poem | assamese poems
এটি স্বীকাৰুক্তি
বুজিছো……..
এইয়া ভুল স্বীকাৰ
মহানতাৰ পৰিচয়
নে….
সচা মনৰ প্ৰতিক্রিয়া??
বৰ কঠিন জানা
বিশ্বাসত লৱলৈ……
এই যে মৰমসনা মাতবোৰ
হিয়া উজাৰি কোৱা যেন লগা
কথাবোৰ…….
নাজানো কিমান সচাঁৰ
প্ৰতিবিম্ব মোৰ চকুত পৰিছে
আৰু
মিছা যেন লগা ছাঁবোৰ
সহানুভূতিৰ প্ৰয়োজন নাই মোৰ
নাহিবা মুখাপিন্ধি …….
অনুগ্ৰহ কৰিছো !!
✍️✍️✍️ Azmalur
recommedend post-
Best Picnic Spot Of lower Assam
Best picnic spots of Upper Assam
How click night star picture with android mobile
আমি লিখা আন কবিতাবোৰ 👇
বন্ধুসকল, আজি আপোনালোকলৈ ওপৰ ৰ ৫টা অসমীয়া কবিতা আগবঢ়োৱা হ’ল। কবিতাবোৰ কেনেকুৱা হ’ল জনাবলৈ নাপাহৰিব আৰু আমি কি ধৰণে আমাৰ লিখনি সমূহ আৰু উন্নত কৰিব পাৰো সেই বিষয়ে জনাব বুলি আশা ৰাখিলোঁ।
আজিৰ কবিতাবোৰৰ ভিতৰত আটাইকেইটা কবিতা আগবঢ়াইছে Azmalurয়ে আৰু এই পোস্টটো লিখিছে R.A.| তোমালোক দুয়োজনলৈ অশেষ ধন্যবাদ।
আপোনালোককো ধন্যবাদ , ইমান সময় আমাৰ ৱেবচাইটত সময় দিয়া বাবে, আশা কৰোঁ এনেকৈ সদায় আগুৱাই যোৱাত সহায় কৰিব।
বিদ্ৰঃ আমাৰ ৱেবচাইটৰ পৰা কোনো লিখনি নকল নকৰিব , কৰোৱাত ব্যৱহাৰ কৰিলেও লেখকৰ নামৰ সৈতে ৱেবচাইটৰ নাম উল্লেখ কৰিব।।
For Share your poems with us, send here-
Gmail- ocibuloc@gmail.com
These all are from our side, now your turn, please leave your valuable comment here & your opinion on our all poems. Thank you
keywords-
assamese poem , emotional assamese poem , life assamese poem, assamese poem love , assamese poem lyrics, relationship birthday wish in assamese poem, assamese poem on nature, romantic assamese poem, assamese poem pdf, best assamese poem, assamese poem for child, short assamese poem, assamese poem writing, sad assamese poem, assamese poem quotes, assamese poem in english, love assamese poem, assamese poem on life, romantic assamese poem, Best Assamese poem, Assamese poem on friends, Assamese poem on friendship, Assamese poem on best friend, axomia kobita best friend, best friend Assamese poem
Discover more from Unique Things by Oc
Subscribe to get the latest posts sent to your email.
💚💚
Don’t forget to leave a comment